খাম বুলি ।। THE AROMATIC ROUTE ।। নলবাৰী

খাম বুলি ।। THE AROMATIC ROUTE ।। নলবাৰী

বহুত দিনৰ পাছত video বনাইছো । যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক । বহুত দিনৰ মূৰত আকৌ আৰম্ভ কৰিছোঁ কাৰণে video হয়টো ইমান ভাল নাই হোৱা তাৰ বাবে সকলোৰে আগত ক্ষমা বিচাৰিছোঁ । আপোনালোকৰ কিবা suggestions থাকিলে মোক commentত জনাব । আৰু আগলৈ ইয়াত কৈ ভাল ভাল video অনিম । গতিকে channel টো SUBSCRIBE কৰিব নাপাহৰিব । ধন্যবাদ ।

#TheLowBudgetVlogger #food #travel

foodtravelnalbari

Post a Comment

0 Comments